বেটুপাত
ৱিকিমিডিয়া কমন্সলৈ আপোনাক আদৰণি জনাইছোঁ।
ৱিকিমিডিয়া কমন্স হৈছে 110,491,453টা মিডিয়া ফাইলৰ এক ভঁৰাল যি মুকলিকৈ ব্যৱহাৰযোগ্য আৰু ইয়ালৈ যিকোনো লোকেই বৰঙণি আগবঢ়াব পাৰে।
|
আজিৰ নিৰ্বাচিত আলোকচিত্ৰ
আজিৰ নিৰ্বাচিত মিডিয়া
অংশগ্ৰহণ
|
খনিজ পদাৰ্থ সংগ্ৰাহক ৰবাৰ্ট লেভিস্কিৰ ছবি অনুদান
ৰবাৰ্ট লেভিনস্কি, পিএইচডি, তেওঁৰ মিণ্ডাট ডট অৰ্গ ৱেবছাইটৰ সমস্ত চিত্রসংগ্ৰহ (প্ৰায় ২৯,০০০) আৰু তেওঁৰ ব্যক্তিগত ৱেবছাইট আইৰকছ ডট কমৰ সমস্ত চিত্ৰসংগ্ৰহ ৱিকিমিডিয়া কমন্সক দান কৰিছে। ইয়াৰ বাদেও তেওঁ আৰু জনাইছে যে অতিৰিক্ত ২০,০০০ চিত্ৰ আছে যিবোৰ তেখেতৰ সংগ্ৰহশালাৰ পৰা প্ৰয়োজন অনুসৰি ব্যৱহাৰ কৰিবলৈ দিয়া হ’ব। ছবিসমূহৰ বৰ্ণনা, অনুবাদ আৰু ৱেবছাইটসমূহৰ পৰা ছবিসমূহ স্থানান্তৰ কৰা বাবে আপোনাৰ সাহায্যৰ প্ৰয়োজন। কেনেদৰে আপুনি আমাক সহায় কৰিব পাৰে সেয়া আপুনি ইয়ালৈ গৈ জানিব পাৰে। ট্ৰোপেন মিউজিয়ামৰ ছবি অনুদান
ট্ৰোপেনমিউজিয়ামে ইন্দোনেছিয়া বিষয়ক ৩৫,০০০ ছবি কমন্সক অনুদান হিছাপে প্ৰদান কৰিছে। এই ছবিসমূহ শ্ৰেণীকৰণ কৰাৰ বাবে আপোনাৰ সাহায্যৰ প্ৰয়োজন। সাহায্যৰ বাবে প্ৰয়োজনীয় তথ্যাসমূহ আপুনি ইয়াত বিচাৰিব পাৰে।
বিষয়ভিত্তিক আৰু মানসম্মত ছবি
আপনি যদি ৱিকি-কমন্সৰ নতুন ব্যৱহাৰকাৰী হয় তেন্তে বিষয়ভিত্তিক ছবি, মানসম্মত ছবি অথবা মূল্যবান ছবি বিভাগলৈ যাত্ৰা আৰম্ভ কৰক। আমাৰ অত্যন্ত দক্ষ আলোকচিত্ৰশিল্পী আৰু সৃজনশীল উপস্থাপনাকাৰীসকলৰ সম্পৰ্কেও জানিব পাৰে। বিষয়সমূহ
বিষয়ভিত্তিকপ্ৰকৃতি সমাজ · সংস্কৃতি বিজ্ঞান প্ৰকৌশল স্থান অনুযায়ীপৃথিৱী মহাকাশ ধৰন অনুসৰিছবি শব্দ লেখক/শিল্পী অনুযায়ীস্থপতিবিদ · সঙ্গীত পৰিচালক · চিত্ৰশিল্পী · আলোকচিত্ৰশিল্পী · ভাস্কৰ অনুমোদন অনুসাৰেস্বত্ব সংক্ৰান্তীয় প্ৰাপ্ত সূত্ৰানুসাৰেদানসূত্ৰে পোৱা ছবি |