২৯ জানুৱাৰী
অৱয়ব
জানুৱাৰী | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ২৯ | ৩০ | ৩১ | |||
২০২৪ |
২৯ জানুৱাৰী হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৯তম দিন। বছৰ শেষ হ'বলৈ ৩৩৬ দিন (অধিবৰ্ষত ৩৩৭ দিন) বাকী থাকে।
উল্লেখযোগ্য ঘটনা
[সম্পাদনা কৰক]- ১৯৯৬ - ভেনিছৰ লা ফেনিছ অপেৰা হাউছ অগ্নিকাণ্ডত জাহ যায়।
- ২০১৫ - মালয়েছিয়াৰ সন্ধানহীন হোৱা মালয়েছিয়া এয়াৰলাইন্স ফ্লাইট ৩৭০ক দুৰ্ঘটনা হিচাপে ঘোষণা কৰে আৰু ইয়াৰ সকলো যাত্ৰী আৰু কৰ্মচাৰীক মৃত হিচাপে ঘোষণা কৰে।
জন্ম
[সম্পাদনা কৰক]- ১৯২৬ - আব্দুছ ছালাম, ন'বেল পুৰস্কাৰ বিজয়ী এজন পাকিস্তানী তত্ত্বীয় পদাৰ্থবিজ্ঞানী।
- ১৯৩৬ - ৱাল্টাৰ লুইন, ডাচ্চ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী আৰু মাছাছুছেটছ ইনষ্টিটিউট অৱ টেকনলজীৰ পদাৰ্থ বিজ্ঞান বিভাগৰ প্ৰাক্তন অধ্যাপক।
- ১৯৪৪ - এম হুছেইন, অসমৰ মঞ্চ যাদুকৰ।
- ১৯৬২ - গৌৰী লংকেশ, ভাৰতীয় সাংবাদিক আৰু সক্ৰিয় সমাজকৰ্মী।
- ১৯৭০ - ৰাজ্যৱৰ্ধন সিং ৰাথোড়, ভাৰতীয় ৰাজনীতিবিদ আৰু পূৰ্বৰ অলিম্পিয়ান।
- ১৮৬০ - আণ্টন পাভলোভিচ চেখভ, ৰুছ চিকিৎসক, চুটী-গল্পকাৰ আৰু নাট্যকাৰ।
মৃত্যু
[সম্পাদনা কৰক]- ১৯৬৩ - ৰবাৰ্ট ফ্ৰ'ষ্ট, আমেৰিকাৰ কবি।
- ২০১৯ - জৰ্জ ফাৰ্নাণ্ডেজ, ভাৰতৰ প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী।
- ২০১৯ - দীপক ভট্টাচাৰ্য, অসমৰ ৰাজনীতিবিদ।
দিৱস
[সম্পাদনা কৰক]- কান্সাছ দিৱস (কান্সাছ, যুক্তৰাষ্ট)।
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- বিবিচি: আজিৰ দিনটো (ইংৰাজী)
- দি নিউইৰ্ক টাইমছ্: আজিৰ দিনটো (ইংৰাজী)
|